Shree Ganesh Enterprise, Madhyamkhanda Ghat

Shree Ganesh Enterprise, Madhyamkhanda Ghat BEST BUILDING CONSTRUCTION MATERIALS ON TIME. GET YOR MONEY'S VALUE

নমস্কাৰ,জানুৱাৰী আৰু ফেব্ৰুৱাৰীত আপোনালোকৰ বিশ্বাসৰ বাবে ধন্যবাদ। এইমাহত প্ৰায় ডেৰ লাখ ইটা ট্ৰাকৰ জৰিয়তে বিক্ৰী কৰিবলৈ স...
03/03/2026

নমস্কাৰ,
জানুৱাৰী আৰু ফেব্ৰুৱাৰীত আপোনালোকৰ বিশ্বাসৰ বাবে ধন্যবাদ। এইমাহত প্ৰায় ডেৰ লাখ ইটা ট্ৰাকৰ জৰিয়তে বিক্ৰী কৰিবলৈ সক্ষম হৈছো। মাৰ্চ মাহতো ডেৰ লাখ ইটা বিক্ৰীৰ লক্ষ্য ৰাখিছোঁ। ইয়াৰ বাবে ইটা, বালি, শিলত বিশেষ অফাৰ ৰেহাই ব্যৱস্থা আছে। নদী শিল আনে ৫০০০ টকাকৈ বিক্ৰী কৰে আমি ৪৩০০ টকাত দি আছো লগতে হলী অফাৰ ১০০ টকা Less গতিকে এতিয়া ৪২০০ টকাত পাব।
মাৰ্চ মাহত দাম বৃদ্ধি হোৱাৰ আগতেই এতিয়াই Stock (ইটা, বালি, শিল ইত্যাদি) বুকিং কৰক।
এতিয়াও অতি কম সময়ৰ বাবে পুৰণা দামত লাভ কৰিব পাৰিব।
Shree Ganesh Enterprise
'Pay less, build more, choose quantity'
📞 7002415927

🏗️ শ্ৰী গনেশ এন্টাৰপ্ৰাইজ📍 মধ্যমখণ্ড ঘাট, উত্তৰ গুৱাহাটীস্বত্বাধিকাৰী: মুকুটেশ্বৰ গোস্বামী📞 যোগাযোগ: 7002415927 | 700220...
14/02/2026

🏗️ শ্ৰী গনেশ এন্টাৰপ্ৰাইজ
📍 মধ্যমখণ্ড ঘাট, উত্তৰ গুৱাহাটী
স্বত্বাধিকাৰী: মুকুটেশ্বৰ গোস্বামী
📞 যোগাযোগ: 7002415927 | 7002206780
🧱 ইয়াত পাব সৰ্বোত্তম গৃহ নিৰ্মাণ সামগ্ৰী
বিশ্বাসযোগ্য দৰ • উৎকৃষ্ট মান • সময়মতে ডেলিভাৰী
🔸 ইটা (Bricks)
নম্বৰ ৱান খুচুৰা – PCS হিচাপে ₹১০ টকাৰ পৰা আৰম্ভ
এক ট্ৰাক (২৫০০ পিচ) – ₹১৯,৯৯৯
🔸 বালি (Sand)
DI – ₹৪২০০
ভেন – ₹১২০০
৬ চক্কা – ₹১৬,০০০
১০ চক্কা – ₹৩২,০০০
🔸 শিল (Stone Chips)
নদীৰ শিল:
ভেন – ₹১৬০০
DI – ₹৪৫০০
পাহাৰৰ শিল:
ভেন – ₹২২০০
DI – ₹৬২০০
৬ চক্কা (১৫ চি.এম) – ₹৩০,০০০
১০ চক্কা – ₹৪৫,০০০
🔸 চিমেন্ট (Cement)
₹৪২০ টকাৰ পৰা আৰম্ভ
সকলো নামী-বিখ্যাত ব্ৰেণ্ড উপলব্ধ
🛠️ ৰদ, গজালসহ সকলো ধৰণৰ নিৰ্মাণ সামগ্ৰী একে ঠাইত
🎯 বিশেষ অফাৰ!
💰 কেচ পেমেণ্টত বিশেষ ডিছকাউন্ট
🤝 উত্তৰ গুৱাহাটীৰ গ্ৰাহকসকলৰ বাবে বিশেষ সুবিধা
👉 Pay Less, Build More!
👉 বিশ্বাসযোগ্য প্ৰতিষ্ঠান – শ্ৰী গনেশ এন্টাৰপ্ৰাইজ
7002415927

সৰ্বোত্তম টুকুৰা ইটা, ন্যায্য দাম — শ্ৰী গনেশ এন্টাৰপ্ৰাইজ, মধ্যমখণ্ড ঘাট | 📞 7002415927, 9181333582
29/01/2026

সৰ্বোত্তম টুকুৰা ইটা, ন্যায্য দাম — শ্ৰী গনেশ এন্টাৰপ্ৰাইজ, মধ্যমখণ্ড ঘাট | 📞 7002415927, 9181333582

28/01/2026

Per Truck Tukura!
@7000+

27/01/2026
16/01/2026

নদীৰ শিল ১ DI মাত্ৰ ₹৪,৩০০/- টকাত!
আন সকলোৰ তুলনাত ₹৭০০/- কম দৰত উপলব্ধ। ভেন ১৬০০ টকা।
নদীৰ শিলৰ প্ৰয়োজন থাকিলে আজিয়েই ফোন কৰক 👉 7002415927
#নদীৰশিল

উৎকৃষ্ট মানৰ গৃহ নিৰ্মাণ সামগ্ৰী---শ্ৰী গণেশ এন্টাৰপ্ৰাইজ, মধ্যমখণ্ড ঘাট📞 ৭০০২৪১৫৯২৭গ্ৰাহকৰ বাবে লৈ আনিলোঁ আশাৰ বতৰাআজিৰ...
23/02/2025

উৎকৃষ্ট মানৰ গৃহ নিৰ্মাণ সামগ্ৰী

---

শ্ৰী গণেশ এন্টাৰপ্ৰাইজ, মধ্যমখণ্ড ঘাট
📞 ৭০০২৪১৫৯২৭

গ্ৰাহকৰ বাবে লৈ আনিলোঁ আশাৰ বতৰা

আজিৰ মূল্য তালিকা

১) ডালমিয়া চিমেন্ট – ৪৫৫ টকা
২) অমৃত চিমেন্ট – ৪৪৫ টকা
৩) ব্লেক টাইগাৰ –
৪) অম্বুজা চিমেন্ট – ৪৫৫ টকা

🏗️ বালি:

পাৰ ভেন – ১২৫০ টকা

বোল্ডাৰ ৫ চি.এম – ৫৫০০ টকা

🏗️ শিল:

পাহাৰীয়া শিল ভেন (৩/৪) – ২৩৫০ টকা

নদীৰ শিল ভেন – ১৬৫০ টকা

🏗️ বালি (ডালা বডি) – ১৭৫০০ টকা

🔖 বিশেষ অফাৰসহ আরও আকৰ্ষণীয় সুবিধা!

Address

Rajaduar, North Guwahati, GNB Road
Gauhati
781030

Telephone

+919706115465

Website

Alerts

Be the first to know and let us send you an email when Shree Ganesh Enterprise, Madhyamkhanda Ghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Shree Ganesh Enterprise, Madhyamkhanda Ghat:

Share