Assam Tirpal House

Assam Tirpal House Deals in Poultry Farm equipments, Tarpaulin, Silpaulin, Hexa net, Shalimar, Hoarding etc. Top High Quality Poultry Farm Equipment supplier.

We have A to Z poultry items, and we have been supplying online to various parts of Assam and Nortg East India.

Assam Tirpal House   Nekibur Rahman Bitupon Konwar
23/08/2026

Assam Tirpal House Nekibur Rahman Bitupon Konwar

23/08/2026

চেপ্তেম্বৰত যোৰহাটত এটা নতুন শাখা আৰম্ভ কৰা হ'ব। যোৰহাট পুলিবৰ তিনিআলিত।
KIA service ৰ দাতিত।
তাত আমাক দুজন স্থানীয় কৰ্মচাৰীৰ প্ৰয়োজন হৈছে।

 fans Assam Tirpal House
20/08/2026

fans Assam Tirpal House

18/08/2026
18/08/2026

16/08/2026 we were in Sibsagar.
Assam Tirpal House Nekibur Rahman Bhaijaan Farm House

17/08/2026

Bhaijaan Farm House Assam Tirpal House Nekibur Rahman

17/08/2026

তুলি গাৰু এইবোৰৰ বহুত প্ৰয়োজন আছে বানপিড়িত ঠাইবোৰত।
Bhaijaan Farm House Nekibur RahmanAssam Tirpal House

যোৱাকালি শিৱসাগৰ জয়সাগৰৰ Bhaijaan Farm House এ গোটেই দিনটো আমাৰ লগত থাকি আমাক যথেষ্ট সহায় কৰিলে।  তাৰ বাবে তেখেতলৈ অশেষ ...
17/08/2026

যোৱাকালি শিৱসাগৰ জয়সাগৰৰ Bhaijaan Farm House এ গোটেই দিনটো আমাৰ লগত থাকি আমাক যথেষ্ট সহায় কৰিলে। তাৰ বাবে তেখেতলৈ অশেষ ধন্যবাদ থাকিল।
যোৱাকালি আমি পুৱাৰ ভাগত বানে অতিকৈ অনিষ্ট কৰা এটা ভিতৰুৱা অঞ্চল শিৱসাগৰৰ মুল পথৰ‌ পৰা প্ৰায় ১৬ কিলোমিটাৰ ভিতৰত শান্তিপুৰ জাগৰা হাবি নামৰ গাঁৱখনত থকা আমাৰ কৃষক বন্ধুসকলক লগ কৰি গাৱৰ প্ৰায়বোৰ মানুহকে সাহায্য বিতৰণ কৰো।
পিছবেলা আমি নাজিৰা, শিমলুগুৰি, টেঙাপুখুৰী আদি অঞ্চল গলো। তাত আমাৰ গ্ৰাহকসকলে বৰ উৎসাহেৰে আমাক ৰখি আছিল এবাৰ physically দেখা সাক্ষাৎ কৰিবলৈ। তেখেতসকলক লগ পাই অতি আনন্দিত অনুভৱ কৰিলো।
নিশা Hotel Raj Palace ত থাকিলো। ১০ বজাত ওলাম ভাবিছিলো, কিন্তু হঠাৎ শিৱসাগৰৰ এগৰাকী মহিলাই ফোন কৰিলে আৰু কলে যে তেখেতে হেনো ফেচবুকত দেখিলে বস্তু বিতৰণ কৰি থকা। লগত যদি সামগ্ৰী আছে তেনেহলে ৬০ ঘৰ মানুহ আছে, গাওখনত সোমাই যাবলৈ বৰকৈ অনুৰোধ কৰি মোবাইলত লোকেচন দিলে।
প্ৰথমে তাত গৈ ঘৰমুৱা হম। যাওতে আমি টীয়ক, জাজী, যোৰহাটৰ আমাৰ বন্ধুসকলক লগ কৰিম।
১৭ আগষ্ট,২৬ । Nekibur Rahman Assam Tirpal House

অহাকালি ১৭ আগষ্টত টিয়ক, জাজীৰ বন্ধুসকলক লগ কৰিম।
16/08/2026

অহাকালি ১৭ আগষ্টত টিয়ক, জাজীৰ বন্ধুসকলক লগ কৰিম।

শিৱসাগৰত আজি কিছুমান সামগ্ৰী বানপিড়িত ৰাইজ তথা আমাৰ কৃষক বন্ধুসকলৰ হাতত বিতৰণ কৰিম। ১) হাৱাই চেণ্ডেল ৫৪৪ যোৰ।২) Flex Ti...
16/08/2026

শিৱসাগৰত আজি কিছুমান সামগ্ৰী বানপিড়িত ৰাইজ তথা আমাৰ কৃষক বন্ধুসকলৰ হাতত বিতৰণ কৰিম।
১) হাৱাই চেণ্ডেল ৫৪৪ যোৰ।
২) Flex Tirpal - ইয়াত খুব কাম দিব। ~ঘৰৰ চৌহদ বেৰিব পাৰিব। & ~কেচা পেচাবঘৰ বনাব পাৰিব। &~ গোহালিঘৰৰ চালিখনৰ তিৰপাল হব। &~ কেচা ভেটিৰ ৰুমত পাৰি ললে বহুত আৰাম পাব।
৩) আৰু আমাৰ contact ত থকা ব্ৰইলাৰ ফাৰ্মৰ গৰাকী কিছুমানৰ ওচৰত যাব সাজু হৈছো। অকমান আৰ্থিক সহায় পাৰিলে কৰিম।
প্ৰথমে Transport ৰ পৰা চেন্দেলবোৰ লব লাগিব। তাৰ পিছত Location দি ৰখা বন্ধুসকলৰ ঘৰত ওলামগৈ।
কোনোবাই মোবাইলত লোকেচন দিলে দি থব পাৰে। নাজিৰা, শিমলুগুৰি, সোনাৰি।
গধুলি ইয়াৰপৰা ডিব্ৰুগড় যাম। অহাকালি ডিব্ৰুগড়ৰ আশে পাশে অকমান মাটি নাইবা পথৰ দাতিত ভাড়াঘৰ বিচাৰিম। এটা শাখা ইয়াত খুলিবলৈ সাজু হৈছো।

Address

Near Petrol Pump, Baihata Chariali
Baihata
781381

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Saturday 9am - 7pm
Sunday 9am - 7pm

Telephone

+919864088786

Alerts

Be the first to know and let us send you an email when Assam Tirpal House posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Tirpal House:

Shortcuts

Share